মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Women & Child Development

আমি কি কৰো

  • লক্ষ্যঃ

    • শিশু সকলৰ উন্নয়ন, তত্বাৱধান আৰু সুৰক্ষাৰ এক পৰিবেশ গঢ়ি তোলা।
    • মহিলাৰ বিকাশ আৰু সৱলীকৰণ কৰা।
    • বয়স্ক আৰু শাৰিৰীক ভাৱে অসুস্থ সকলৰ কল্যাণ সাধন কৰা আৰু বিশেষভাৱে সক্ষম লোকসকলক আত্মসন্মান আৰু গৌৰৱসহ জীয়াই থকাৰ বাবে সকলো সুবিধা প্ৰদান কৰা।

    অভিযানঃ

    • শিশু, কিশোৰী, গৰ্ভৱতী আৰু দুগ্ধপান কৰাই থকা মাতৃসকলৰ পুষ্টিজাত স্থিতি উন্নত কৰা।
    • ক্ষমতা বৰ্ধনৰ জৰিয়তে মহিলাৰ দক্ষতা বৃদ্ধি কৰা।
    • জ্যেষ্ঠ নাগৰিকৰ কল্যাণ সাধন।
    • অক্ষম লোক সকলৰ আৰ্থ-সামাজিক পৰিস্থিতিৰ উন্নয়ন সাধন কৰা।