সমৰ্পন কৰা শিশুৰ অৰ্থ হৈছে কোনো পৰিয়াল বা অভিভাৱকে দৈহিক, মানসিক আৰু সামাজিক কাৰণত, যি তেওঁলোকৰ নিয়ন্ত্ৰনৰ বাহিৰত, যদি কোনো শিশুক পৰিত্যাগ কৰি সমিতিক অৰ্পন কৰে।
৪নং অনুসুচীত উল্লেখ কৰা তোলনীয়া নিয়ন্ত্ৰন আইন, ২০১৭ৰ পৰামৰ্শাৱলী অনুসৰি।

আপত্তি নথকাৰ প্ৰমাণ পত্ৰ
অনুপালন প্ৰমাণ পত্ৰ
৪নং অনুসুচীত উল্লেখ কৰা তোলনীয়া নিয়ন্ত্ৰন আইন, ২০১৭ৰ পৰামৰ্শাৱলী অনুসৰি।
৪নং অনুসুচীত উল্লেখ কৰা তোলনীয়া নিয়ন্ত্ৰন আইন, ২০১৭ৰ পৰামৰ্শাৱলী অনুসৰি।
অফলাইনঃ হয়
ৰাজ্যিক তোলনীয়া সমল প্ৰতিষ্ঠান(এছ.এ.আৰ.এ.),
গৃহ নং-৪৬, প্ৰথম মহলা,
চাৰ্ভেই বাছ আস্থান, বেলতলা পথ,
গুৱাহাটী-২৮