মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Women & Child Development

প্ৰশিক্ষণ আৰু নিয়োগ

আই.চি.পি.এছ. কাৰ্য্যকৰ্তা আৰু অংশীদাৰ সকলৰ আগন্তুক প্ৰশিক্ষণ

  • “নিয়োগৰ দায়িত্ব আৰু নথিভুক্তকৰণ”ৰ ওপৰত সুৰক্ষা বিষয়া(আনুষ্ঠানিক তত্বাৱধান) আৰু শিশু তত্বাৱধান প্ৰতিষ্ঠানৰ বাবে প্ৰশিক্ষণ।
  • অৱেক্ষাকাল বিষয়া আৰু কিশোৰ ন্যায় পৰিষদৰ(জে.জে.বি.) সৈতে জড়িত উকীল সকলৰ বাবে তিনিদিনীয়া প্ৰশিক্ষণ।
  • জিলা পৰ্য্যায়ৰ বিশেষ কিশোৰ আৰক্ষী একক(এছ.জে.পি.ইউ.), কেন্দ্ৰীয় আৰক্ষী পৰিসৰ আৰু দাক্ষিণাত্য আৰক্ষী পৰিসৰৰ বাবে এদিনীয়া ক্ষমতা বৰ্ধন কাৰ্য্যক্ৰম।
  • শিশু তত্বাৱধান প্ৰতিষ্ঠানৰ ঘৰুৱা কৰ্মচাৰী সকলৰ বাবে দুদিনীয়া ক্ষমতা বৰ্ধন কাৰ্য্যক্ৰম।

কাৰ্য্যক্ৰম সময় তালিকা

অংগণবাদী কেন্দ্ৰৰ কৰ্মীৰ প্ৰশিক্ষণ কেন্দ্ৰ, অসমৰ বাবে ২০১৭-১৮ : ইয়াতে ক্লিক কৰক

মধ্য বৰ্গীয় প্ৰশিক্ষণ কেন্দ্ৰ, অসম, ২০১৭-১৮ৰ বাবে

ক্ৰ . নংমধ্য বৰ্গীয় প্ৰশিক্ষণ কেন্দ্ৰৰ নামপ্ৰেষণ সময়প্ৰেষণ কৰিবলগীয়া জিলা
২৯সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সংস্থা, হয়বৰগাওঁ, নগাওঁ২৪-৪-১৭ ৰ পৰা ২৩-৫-১৭ লৈশোণিতপুৰ, লক্ষীমপুৰ, ধেমাজি
৫-৬-১৭ ৰ পৰা ৪-৭-১৭ লৈদৰং, ওদালগুৰি
১৩-৭-১৭ ৰ পৰা ১১-৮-১৭ লৈবাক্সা, নলবাৰী
২১-৮-১৭ ৰ পৰা ২০—১৭ লৈবৰপেটা, বঙাইগাওঁ
৪-১০-১৭ ৰ পৰা ৩-১১-১৭ লৈচিৰাং, কোকোৰাঝাৰ
১৩-১১-১৭ ৰ পৰা ১১-১২-১৭ লৈগোৱালপাৰা, ধুবুৰী
২০-১২-১৭ ৰ পৰা ১৮-১-১৮ লৈকামৰূপ, কামৰূপ(ম)
১-২-১৮ ৰ পৰা ২-৩-১৮ লৈমৰিগাওঁ, নগাওঁ
১২-৩-১৮ ৰ পৰা ১১-৪-১৮ লৈডিমা হাচাও, কামৰূপ
  ২৪-৪-১৭ ৰ পৰা ২৩-৫-১৭ লৈতিনিচুকীয়া
 মধ্য বৰ্গীয় প্ৰশিক্ষণ কেন্দ্ৰ-গ্ৰাম বিকাশ৫-৬-১৭ ৰ পৰা ৪-৭-১৭ লৈডিব্ৰুগড়
 পৰিষদ, ৰয়েল ৰোড১৩-৭-১৭ ৰ পৰা ১১-৮-১৭ লৈশিৱসাগৰ
৩০যোৰহাট২১-৮-১৭ ৰ পৰা ২০-১৭যোৰহাট
  ৪-১০-১৭ ৰ পৰা ৩-১১-১৭ লৈগোলাঘাট
  ১৩-১১-১৭ ৰ পৰা ১১-১২-১৭ লৈকাৰ্বি আংলং
  ২০-১২-১৭ ৰ পৰা ১৮-১-১৮ লৈকাছাৰ
  ১-২-১৮ ৰ পৰা ২-৩-১৮ লৈকৰিমগঞ্জ
  ১২-৩-১৮ ৰ পৰা ১১-৪-১৮ লৈহাইলাকান্দি