মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Women & Child Development

কেনেকৈ এজন শিশুক অৰ্পণ কৰিব পাৰিম

তালিকা:

  • শিশুক অৰ্পন কৰিব খোজা পৰিয়াল বা অভিভাৱকে শিশু কল্যাণ সমিতিক আবেদন কৰিব লাগিব।
  • নিৰক্ষৰতাৰ বাবে শিশুক অৰ্পন কৰাৰ বাবে আবেদন কৰিব নোৱাৰা পৰিয়াল ব অভিভাৱকক আইনী সেৱা কৰ্তৃপক্ষৰ জৰিয়তে সমিতিয়ে আইনী সাহাৰ্য্য প্ৰদান কৰে।
  • বিশেষজ্ঞ তোলনীয়া প্ৰতিষ্ঠান আৰু শিশু কল্যাণ সমিতিয়ে এই কথা সুনিশ্চিত কৰিব লাগিব যাতে শিশুক অৰ্পন কৰা পৰিয়াল বা অভিভাৱকে অৰ্পনৰ দিনৰ পৰা আগন্তুক ৬০দিনৰ ভিতৰত শিশুক ঘুৰাই আনাৰ যি ব্যৱস্থা আছে এই বিষয়ে যাতে অৱগত হয়।

অৱলোকনঃ

সমৰ্পন কৰা শিশুৰ অৰ্থ হৈছে কোনো পৰিয়াল বা অভিভাৱকে দৈহিক, মানসিক আৰু সামাজিক কাৰণত, যি তেওঁলোকৰ নিয়ন্ত্ৰনৰ বাহিৰত, যদি কোনো শিশুক পৰিত্যাগ কৰি সমিতিক অৰ্পন কৰে।

যোগ্যতাৰ মাপকাঠী

৪নং অনুসুচীত উল্লেখ কৰা তোলনীয়া নিয়ন্ত্ৰন আইন, ২০১৭ৰ পৰামৰ্শাৱলী অনুসৰি।

প্ৰ-পত্ৰ পূৰণৰ পৰামৰ্শাৱলী

৪নং অনুসুচীত উল্লেখ কৰা তোলনীয়া নিয়ন্ত্ৰন আইন, ২০১৭ৰ পৰামৰ্শাৱলী অনুসৰি।

প্ৰয়োজনীয় নথি

আপত্তি নথকাৰ প্ৰমাণ পত্ৰ

অনুপালন প্ৰমাণ পত্ৰ

গুৰুত্বপূৰ্ণ সময়ৰেখা

৪নং অনুসুচীত উল্লেখ কৰা তোলনীয়া নিয়ন্ত্ৰন আইন, ২০১৭ৰ পৰামৰ্শাৱলী অনুসৰি।

কেনেকৈ আবেদন কৰিব

৪নং অনুসুচীত উল্লেখ কৰা তোলনীয়া নিয়ন্ত্ৰন আইন, ২০১৭ৰ পৰামৰ্শাৱলী অনুসৰি।

সেৱাৰ প্ৰকাৰ

অফলাইনঃ হয়

কাক যোগাযোগ কৰিব

ৰাজ্যিক তোলনীয়া সমল প্ৰতিষ্ঠান(এছ.এ.আৰ.এ.),
গৃহ নং-৪৬, প্ৰথম মহলা,
চাৰ্ভেই বাছ আস্থান, বেলতলা পথ,
গুৱাহাটী-২৮