মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Women & Child Development

মন্ত্ৰী

শ্ৰীমতী প্ৰমীলা ৰাণী ব্ৰহ্ম

মাননীয় মন্ত্ৰী, সমাজ কল্যাণ বিভাগ, অসম চৰকাৰ

দ্বিতীয় মহলা, ব্লক- ডি,

দূৰভাষ: +৯১-৩৬১-২২৩৭২২৮

জনতা ভৱন, দিছপুৰ- ৭৮১০০৬, 

অসম

শ্ৰীমতী প্ৰমীলা ৰাণী ব্ৰহ্ম বড়ো জনজাতি দলৰ এগৰাকী বড়ো ৰাজনীতিবিদ। বিজেপি শাসনাধিস্থিত চৰকাৰত তেখেতে ২০১৬ বৰ্ষত মন্ত্ৰীপদ লাভ কৰে।