মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Women & Child Development

সফলতা প্ৰাপ্তি আৰু শ্ৰেষ্ঠ অনুশীলন

প্ৰধান সফলতাসমূহ

  • ১৯ খন জিলাত ২০ টা বেচৰকাৰী সংগঠনে ৩১ টা আশ্ৰয় গৃহ পৰিচালনা কৰি আছে।
  • সমাজ কল্যাণ সঞ্চালকালয়ৰ সকলো লেন-দেন ৰাজহূৱা পুঁজি প্ৰৱন্ধন ব্যৱস্থালৈ ৰূপান্তৰকৰণ প্ৰক্ৰিয়াৰ গতি তৰান্বিত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা হৈছে।
  • পাঁচটা অভিযান আৰম্ভ কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছেঃ
  1. আই.চি.ডি.এচ. অভিযান
  2. পুষ্টি অভিযান
  3. মহিলা কল্যাণ অভিযান
  4. বয়োজ্যেষ্ঠ অভিযান
  5. বিশেষভাৱ সক্ষম অভিযান