মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Women & Child Development

সফলতা প্ৰাপ্তি আৰু শ্ৰেষ্ঠ অনুশীলন

পৰিৱৰ্তনঃ সমাজ কল্যাণ বিভাগৰ অধীনত সংশোধন

পৰিৱৰ্তনঃ সমাজ কল্যাণ বিভাগৰ অধীনত সংশোধনৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হৈছে

  1. আগন্তুক পাঁচ বছৰত আই.এম.আৰ., এম.এম.আৰ.(হ্ৰাসকৰণৰ জৰিয়তে) বিকাশ পৰ্য্যবেক্ষণ, সৰবৰাহ আৰু বাল্য বিবাহ প্ৰতোৰোধ কৰাৰ ক্ষেত্ৰত অসমক শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ স্থানত উপনীত কৰোৱা।
  2. প্ৰধান সুৰুঙাবোৰ চিনাক্তকৰণ আৰ ইয়াৰ সংশোধন কৰা।
  3. আনুমাণিক প্ৰায় ৩৫ লাখ শিশু হিতাধিকাৰীক চিনাক্ত কৰা হৈছে।
  4. আই.চি.ডি.এছ. বিশেষকৈ এছ.এন.পি./গৃহ আদিৰ আই.টি. ভিত্তিক নিৰীক্ষণ ব্যৱস্থা।
  5. পেঞ্চনপ্ৰাপ্ত/জলপানি প্ৰাপ্ত/ পাৰিতোষিক প্ৰাপ্ত সকলৰ বাবে পোনপটীয়া লাভা-লাভ স্থানান্তৰণ ব্যৱস্থা, মোবাইল বাৰ্তা যোগে সতৰ্ক কৰা, ডি.বি.টি.ৰ বাবে পৰামৰ্শ প্ৰস্তুত কৰা।
  6. সকলো এ.ডব্লিও.চি.লৈ ৰন্ধন গেছৰ সংযোগ।
  7. অংগণবাদী কেন্দ্ৰ প্ৰৱন্ধন কমিটিৰ(এ.ডব্লিও.চি.এম.চি.) জৰিয়তে ৰন্ধা গৰম আহাৰ অধিগ্ৰহণৰ বিকেন্দ্ৰীকৰণ।
  8. ডি.চি. আৰু ডি.এছ.ডব্লিও.ও. সমূহক সৱলীকৰণ কৰা।
  9. এ.ডব্লেও.ডব্লিও. আৰু এ.ডব্লিও.এইচ.ৰ নিযুক্তি।
  10. আই.চি.ডি.এছ. অভিযানক চোচাইটি(এম.পি. আৰ্হি) হিচাপে পঞ্জীকৰণ কৰা– আই.চি.ডি.এছ.ৰ অধীনত ডি.চি.এ এক লক্ষ্য অভিযান আৰ্হিত সকলো কাৰ্য্যক্ৰম পৰিচালনা কৰে।
  11. সমাজ কল্যাণ সঞ্চালকালয়ক দ্বিখণ্ডিত কৰা।
  12. সমাজ কল্যাণ বিভাগ বাহাল থাকিব। ভাৰত চৰকাৰৰ লগতে আন ৰাজ্য সমূহৰ দৰে দুটা সঞ্চালকালয় গঠন কৰাৰ প্ৰস্তুতি অব্যাহত আছে।
  13. মহিলা আৰু শিশু উন্নয়ন সঞ্চালকালয়(মহিলা আৰু শিশু)
  14. সামাজিক ন্যায় আৰু সৱলীকৰণ সঞ্চালকালয়।(বয়োজ্যেষ্ঠ আৰু প্ৰতিবন্ধী)
  15. প্ৰশিক্ষণ- এম.পি. আৰ্হি, এন.এইচ.এম. স্থিতি।
  16. পৰ্য্যবেক্ষণকাৰী যুক্তিকৰণ- সংখ্যাত বৃহত্ পাৰ্থক্য; সংযুক্তকৰণ ব্যৱস্থা বন্ধ কৰা; খালি থকা পদৰ ভিত্তিত হে স্থনান্তৰ কৰা।
  17. স্বাস্থ্য, পি .এণ্ড আৰ.ডি., নিৰ্মাণৰ বাবে এম.এছ.ডি.পি./নতুন এ.ডব্লিও.চি.ৰ তত্বাৱধানৰ সৈতে অভিসৰণ।
  18. এ.ডব্লিও.চি., এছ.চি. আৰু প্ৰাথমিক বিদ্যালয়ৰ সহ-স্থান।
  19. ডি.চি.ৰ অধীনত জিলা পৰ্য্যায়ত এ.ডব্লিও.চি.ৰ নিৰ্মাণকাৰ্য্যৰ বিকেন্দ্ৰীকৰণ আৰু জিলা পৰ্য্যায়ত পি.ডব্লিও.ডি. জৰিয়তে ইয়াৰ ৰূপায়ন।